শ্ৰদ্ধাঞ্জলি

বৃহৎ টাই আহোম জাতিটোৰ বাবেই আজি অপূৰণীয় ক্ষতি ! সমগ্ৰ জীৱনজুৰি জাতিটোৰ পুনৰুদ্ধাৰ কামত নিয়োজিত হৈ পাটসাঁকোত কেন্দ্ৰীয় টাই একাডেমীৰ প্ৰতিষ্ঠাপক তথা টাই আহোমৰ জাতীয় সংগীতৰ স্ৰষ্টা ম লুঙ জোনাৰাম চাংবুন ফুকন প' চাও আমাৰ মাজত আৰু নাই ৷ তেখেতৰ কৰ্মৰাজি সদায় আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব ৷ তেখেতৰ মৃত্যুত খ্বন মৗঙৰ সম্পাদনা সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ নিবেদন কৰিলো ৷ তেখেতৰ আত্মাই সদগতি লাভ কৰক ফুৰাতাৰাৰ ওচৰত এইয়ে প্ৰাৰ্থনা ৷ " চাং নাই চ্যাও নু ৰু চাও কা ঐ চ্যাও নু ৰু চাও কা ঐ চ্যাও নু ৰু চাও কা ঐ ৷ ফি ফান বাই জীম কন ফাত ফান বাই জীম চেন ক্ক দিন ক্ক ফা মৗ লেক ৰু ক্ক দিন ক্ক ফা মৗ লাক হান চাও ফা ফান টাই লাং বাক লাং ক্ক ফি ক্ক চাং ক্ক বাক মাই কুন ফি ক্কলে নাপাক চেম দাই মিং পি চাং নাই চাও কা ঐ ৷ নুক কি দাই চাও ৰেণ মান ক্ক কুন ফু কে টাই জি জাও কুন টাই মিং ক্লাং ৰেণ ৷ কুন টাই মিং ক্লাং হন কাই লে কাই অন বা ক্ক বোকোন ফি ক্ক বুখেন ৰাং ঐ ৰ ঙা মে নাই দেন ছি দাই পেত খুন বান ৷ ৷ "