পৰিপক্কতা (নিয়ৰ পল্লৱ)

মই জনাৰ পৰাই ৰাতিবোৰ
দুখৰ হয়
বেদনাদায়ক।
সেইজাক মানুহৰ।।
যাৰ জীৱনবোৰ
ইমান এটা সুখৰ নহয় !
যোগাযোগ নং : 8876721232