হেপাহৰ পলাশীলৈ বুলি ✍অমৃত ৰণী

বিশ্বাসৰ সুহুৰিৰে ৰিঙিয়াই মাতিম তোমাক
তুমি ঘনচিৰিকা জনী হৈ , মোৰ কান্ধতে জপিয়াই উঠিবা । ।
সংগোপনে কথা হব , অবুজ ভাষা আৰু শব্দৰ গাঠা ,
পলকতে সুধি পেলাম ! মই তোমাৰ বাৰু কোন ! সোণালী আকাশৰ জোন .. নে তোমাৰ কণমানি হিয়াৰ সোণ । । ।