তাই আহোম ভাষাত ২৪ ঘন্টীয়া দিনটোৰ সময় বিভাজন বিং-ম্যু ✍সংগ্ৰহ— চাও উদ্ধৱ দিহিঙীয়া, লক্ষীমপুৰ


২। খান, কাই-খান্ - প্ৰথম কুকুৰা ডাক - ৰাতি ১-৩ বজা
৩। না-কাই - দ্বিতীয় কুকুৰা ডাক - ৰাতি ৩-৫ বজা
৪। বান্ - অক্ , বান্ -ৰুং - বেলি ওলোৱা সময় -পুৱা ৫-৭বজা
৫। নেউ-ছাই - ৰাতিপুৱা/আগবেলা - পুৱা ৭-৯ বজা
৬। কিন্-বান - দিনত খোৱাৰ সময় - দিনৰ ৯-১১ বজা
৭। বান্ -তিন্ , বুন্ - ভৰ দুপৰীয়া- দিনৰ ১১-১ বজা
৮। বাই - বান্ - বেলি কাতি হোৱাৰ সময় - ১-৩ বজা
৯। লা- বাং - লু - আবেলি - দিনৰ ৩-৫ বজা
১০। বান্ - তুক্ - বেলি পৰা সময় - গধূলি ৫-৭ বজা
১১। নাপ - ছেং, খম, প্লং- খাও, মাত - গধূলি, সন্ধিয়া, আন্ধাৰ - ৭-৯ বজা
১২। খাও -নিন্ -শোৱাৰ সময় - ৰাতি ৯-১১ বজা