চঞ্চলা ණ জিন্তু জোনাক

শিমলুৱা মন
উটে-ভাঁহে
পচোৱাত;
চিলা সাজে
শয়নে-সপোনে
কলিজাত ।
এচাটি পচোৱাত
হেৰাই গ’লা
চাকনৈয়াত;
এজাক সপোনক
নসাৎ কৰি
ফাগুনত ।।